#StayHomeStaySafe অসমত আহি পালে। সজাগ থাকক, সচেতন থাকক 🙏 #BreakingNews - অসমত প্ৰথমটো কৰোনা ভাইৰাছৰ সংক্ৰমণ - কৰিমগঞ্জৰ এজন ৫২ বছৰীয়া লোক আক্ৰান্ত কৰোনাত - স্বাস্থ্য বিভাগৰ আনুষ্ঠানিক ঘোষণা - কৰোনা পজিটিভ বুলি চিনাক্ত কৰা হ’ল পুনেৰ NIVত #21daylockdown #IndiaFightsCornona .