Posts

Showing posts from 2019
Image
এযোৰ নতুন কাপোৰে পুজাৰ পথাৰ শুৱনি কৰিব নোৱাৰে,এটা শুদ্ধ মনৰো দৰকাৰ ৷ যি সকলে টকাৰ বাবে এযোৰ নতুন কাপোৰ ক্ৰয় কৰাৰ বাবে বঞ্চিত সেইসকলে জনা উচিত এইটো যে নতুন কাপোৰ পিন্ধি ঘুৰি ফুৰা প্ৰায় ভাগেই মন্দিৰত যাই দুৰ্গা দেৱীৰ চৰণত সেৱা ল’বওঁঁ পাহৰি  ৷
Image
8:20 AM (2 minutes ago) 8:20 AM (2 minutes ago) আই  ন মাহ গৰ্ভত ৰাখি  তই মোক জনম দিলি  দুখৰ যন্ত্ৰনা সহি  আই তই মোক হহুৱাইছিলি । নুবুজা মোৰ ওঠৰ ভাষা  তই বাৰুকৈয়ে বুজিছিলি  দুৰৈত থকা পিতাইৰ মৰম  আই তয়ে মোক দিছিলি । উচুপি উঠা দোভাগ ৰাতি  বুকুৰ মাজত সাৱতি  আই তয়ে গাইছিলি  শিয়ালি এ নাহিবি ৰাতি  তোৰে কাণে কাতি লগামে বাতি ।   ক্ষন্তেকিয়া খং দেখুৱাই বোপাই খাই আহ্ বুলি  আই তয়ে মোক  নিজ হাতে খুৱাইছিলি । পাৰিম জানো সুধিব  তোৰ এই মৰম ? ভগৱানৰো আগত আই  তয়ে হবি পুজনীয় ।। ন মাহ গৰ্ভত ৰাখি  তই মোক জনম দিলি  দুখৰ যন্ত্ৰনা সহি  আই তই মোক হহুৱাইছিলি । নুবুজা মোৰ ওঠৰ ভাষা  তই বাৰুকৈয়ে বুজিছিলি  দুৰৈত থকা পিতাইৰ মৰম  আই তয়ে মোক দিছিলি । উচুপি উঠা দোভাগ ৰাতি  বুকুৰ মাজত সাৱতি  আই তয়ে গাইছিলি  শিয়ালি এ নাহিবি ৰাতি  তোৰে কাণে কা...

Kiran Kumar Gorh: অসমৰ বানপানী

Kiran Kumar Gorh: অসমৰ বানপানী :  #অসমৰ_বানপানী  #Flood_in_Assam  সঁচাকৈয়ে সেইসকল লোকৰ দুৰৱস্থা দেখি দুখত বুকুখন ফাটি যোৱা যেন লাগিছে। কিয়নো, তেওঁলোকৰ বাবে ম...

অসমৰ বানপানী

Image
 #অসমৰ_বানপানী  #Flood_in_Assam  সঁচাকৈয়ে সেইসকল লোকৰ দুৰৱস্থা দেখি দুখত বুকুখন ফাটি যোৱা যেন লাগিছে। কিয়নো, তেওঁলোকৰ বাবে মই একো কৰিব পৰা নাই । আলোকচিত্ৰ বোৰ দেখি দেখি চকুৱে সহ্য কৰিব পৰানাই, তেওঁলোকৰ দৃশ্যবোৰৰ দেখি এনে লাগিছে যে'ন সকলোকে মই আমাৰ ঘৰত আশ্ৰয় দিম। কিন্তু, মোৰ দ্বাৰাই টো সম্ভৱ নহয় সেইটো কথা ভাৱি চকুলো নিগৰে । মই ভাবোঁ যদি মই বহুত ধনী হলো হয় তেওঁলোকৰ বাবে সামান্যতমো সহায় আগবঢ়াব পাৰিলোঁ হয় ।😞 কিন্তু, যিসকলৰ যথেষ্ট পৰিমাণে দিব পৰা ক্ষমতা আছে তাৰে ৫% ই হে আগবাঢ়ি গৈছে । (সহায়ৰ বাবে আগবাঢ়ি অহাসকলক আন্তৰিক ধন্যবাদ) যথেষ্ঠ পৰিমানে থকাসকলে যদি ৯০% ও আগবাঢ়ি গ'ল হেতেঁন নিশ্চয় বহু লোকে সকাহ পালে হেতেঁন । প্ৰকৃতিৰ এই তান্দৱ লীলাক আমি ৰোধিব নোৱাৰোঁ কিন্তু, আমি কিছুপৰিমাণে হ'লেও সহায়ৰ হাত আগবঢ়াব পাৰোঁ নহয় নে বাৰু??  কেন্দ্ৰীয় চৰকাৰে নূন্যতম পৰিমানে কৰা সহায়ে জানো বানাক্ৰান্ত সকলৰ সমস্যা দূৰ কৰিব পাৰিব?? আমি আৰামত খাব শুব পাইছো কিন্তু তেওঁলোকে এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে। অন্ন ,বস্ত্ৰ আৰু  বাসস্থানৰ অভাৱত বহু লোকে প্ৰাণ ...
Image
জীৱন মানে হেপাহ আশা মোৰ বুকুত, আশা মানে সপোন সপোন দুচকুত, দুচকু ধুনীয়া কাজল বোলোৱা, তুমি মোৰ দুচকুত সুনয়না।

Kiran

Image
অসম আগতেও অৱহেলিত আছিল অসম আজিও অৱহেলিত অসমৰ সম্পদ, ভূমি , তেল , চাহপাত , কাঠ ইত্যাদিবোৰ চকুত পৰে কিন্তু অসমৰ সমস্যাবোৰ কাৰো চকুত নপৰে ৷  বানপানীৰ সময়তে বুজা যায় অসমৰ বাবে কোনে কিমান ভাবে আৰু আমাক স্বাৰ্থৰ বাবে কোনে কিমান ব্যৱহাৰ কৰে...
Image
tody i m new here join