Kiran

অসম আগতেও অৱহেলিত আছিল

অসম আজিও অৱহেলিত

অসমৰ সম্পদ, ভূমি , তেল , চাহপাত , কাঠ ইত্যাদিবোৰ চকুত পৰে কিন্তু অসমৰ সমস্যাবোৰ কাৰো চকুত নপৰে ৷ 

বানপানীৰ সময়তে বুজা যায় অসমৰ বাবে কোনে কিমান ভাবে আৰু আমাক স্বাৰ্থৰ বাবে কোনে কিমান ব্যৱহাৰ কৰে...





Comments

Popular posts from this blog

Kiran Kumar gorh