Kiran Kumar gorh Get link Facebook X Pinterest Email Other Apps July 15, 2025 তোমাৰ দুচকুৰ চাৱনিত হেজাৰ সপোন নাচি উঠে তোমাৰ অধৰৰ এটি হাঁহিত অযুত সুখ বিয়পি পৰে তোমাৰ এটি সহাঁৰিত মোৰ হৃদয়ত প্ৰেমৰ অগণন শিহৰণ জাগি উঠে মোৰ মনৰ প্ৰতিটো অনুভৱত এতিয়া কেৱল তুমি... Read more
Get link Facebook X Pinterest Email Other Apps April 22, 2020 আপোনাৰ বোৱাৰীক আনৰ ছোৱালী বুলি ভাবি বন্দী কৰি নাৰাখিব নিজৰ ছোৱালীৰ দৰে আদৰ আৰু মৰম কৰক । এজনী ছোৱালী কাৰোবাৰ বোৱাৰী বা পত্নী হ'ল বুলিয়েই তেওঁলোকৰ সপোনসমূহ ভাঙি নেপেলাব । মুক্ত হৈ জীয়াই থাকিবলৈ দিয়ক । সৃষ্টিৰ মূল হৈয়ো সজাত বন্দী হৈ থাকিব লাগে । Read more
Get link Facebook X Pinterest Email Other Apps March 31, 2020 #StayHomeStaySafe অসমত আহি পালে। সজাগ থাকক, সচেতন থাকক 🙏 #BreakingNews - অসমত প্ৰথমটো কৰোনা ভাইৰাছৰ সংক্ৰমণ - কৰিমগঞ্জৰ এজন ৫২ বছৰীয়া লোক আক্ৰান্ত কৰোনাত - স্বাস্থ্য বিভাগৰ আনুষ্ঠানিক ঘোষণা - কৰোনা পজিটিভ বুলি চিনাক্ত কৰা হ’ল পুনেৰ NIVত #21daylockdown #IndiaFightsCornona . Read more
Get link Facebook X Pinterest Email Other Apps March 08, 2020 নাৰী দিৱসৰ এই শুভ ক্ষণত সকলো জননী,আই মাতৃ,শক্তিৰ প্ৰতীক স্বৰূপ সকলোকে হিয়া ভৰা শুভ কামনা জ্ঞাপন কৰিলোঁ..লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যিসকল দানৱৰ বাবে আজিও নাৰী লাঞ্ছিত-বঞ্চিত,নানা ধৰনে অত্যাচাৰৰ সন্মুখীন হৈ আছে তেওঁলোকক যেন অলপ হ'লেও জ্ঞানৰ জগত খন দেখাই নাৰীক জীয়াই ৰাখে। Read more
Get link Facebook X Pinterest Email Other Apps October 06, 2019 এযোৰ নতুন কাপোৰে পুজাৰ পথাৰ শুৱনি কৰিব নোৱাৰে,এটা শুদ্ধ মনৰো দৰকাৰ ৷ যি সকলে টকাৰ বাবে এযোৰ নতুন কাপোৰ ক্ৰয় কৰাৰ বাবে বঞ্চিত সেইসকলে জনা উচিত এইটো যে নতুন কাপোৰ পিন্ধি ঘুৰি ফুৰা প্ৰায় ভাগেই মন্দিৰত যাই দুৰ্গা দেৱীৰ চৰণত সেৱা ল’বওঁঁ পাহৰি ৷ Read more
Get link Facebook X Pinterest Email Other Apps July 27, 2019 8:20 AM (2 minutes ago) 8:20 AM (2 minutes ago) আই ন মাহ গৰ্ভত ৰাখি তই মোক জনম দিলি দুখৰ যন্ত্ৰনা সহি আই তই মোক হহুৱাইছিলি । নুবুজা মোৰ ওঠৰ ভাষা তই বাৰুকৈয়ে বুজিছিলি দুৰৈত থকা পিতাইৰ মৰম আই তয়ে মোক দিছিলি । উচুপি উঠা দোভাগ ৰাতি বুকুৰ মাজত সাৱতি আই তয়ে গাইছিলি শিয়ালি এ নাহিবি ৰাতি তোৰে কাণে কাতি লগামে বাতি । ক্ষন্তেকিয়া খং দেখুৱাই বোপাই খাই আহ্ বুলি আই তয়ে মোক নিজ হাতে খুৱাইছিলি । পাৰিম জানো সুধিব তোৰ এই মৰম ? ভগৱানৰো আগত আই তয়ে হবি পুজনীয় ।। ন মাহ গৰ্ভত ৰাখি তই মোক জনম দিলি দুখৰ যন্ত্ৰনা সহি আই তই মোক হহুৱাইছিলি । নুবুজা মোৰ ওঠৰ ভাষা তই বাৰুকৈয়ে বুজিছিলি দুৰৈত থকা পিতাইৰ মৰম আই তয়ে মোক দিছিলি । উচুপি উঠা দোভাগ ৰাতি বুকুৰ মাজত সাৱতি আই তয়ে গাইছিলি শিয়ালি এ নাহিবি ৰাতি তোৰে কাণে কা... Read more