8:20 AM (2 minutes ago) 8:20 AM (2 minutes ago) আই ন মাহ গৰ্ভত ৰাখি তই মোক জনম দিলি দুখৰ যন্ত্ৰনা সহি আই তই মোক হহুৱাইছিলি । নুবুজা মোৰ ওঠৰ ভাষা তই বাৰুকৈয়ে বুজিছিলি দুৰৈত থকা পিতাইৰ মৰম আই তয়ে মোক দিছিলি । উচুপি উঠা দোভাগ ৰাতি বুকুৰ মাজত সাৱতি আই তয়ে গাইছিলি শিয়ালি এ নাহিবি ৰাতি তোৰে কাণে কাতি লগামে বাতি । ক্ষন্তেকিয়া খং দেখুৱাই বোপাই খাই আহ্ বুলি আই তয়ে মোক নিজ হাতে খুৱাইছিলি । পাৰিম জানো সুধিব তোৰ এই মৰম ? ভগৱানৰো আগত আই তয়ে হবি পুজনীয় ।। ন মাহ গৰ্ভত ৰাখি তই মোক জনম দিলি দুখৰ যন্ত্ৰনা সহি আই তই মোক হহুৱাইছিলি । নুবুজা মোৰ ওঠৰ ভাষা তই বাৰুকৈয়ে বুজিছিলি দুৰৈত থকা পিতাইৰ মৰম আই তয়ে মোক দিছিলি । উচুপি উঠা দোভাগ ৰাতি বুকুৰ মাজত সাৱতি আই তয়ে গাইছিলি শিয়ালি এ নাহিবি ৰাতি তোৰে কাণে কা...