জীৱন মানে হেপাহ

আশা মোৰ বুকুত,


আশা মানে সপোন

সপোন দুচকুত,

দুচকু ধুনীয়া

কাজল বোলোৱা,

তুমি মোৰ দুচকুত সুনয়না।

Comments

Popular posts from this blog

Kiran Kumar gorh