Get link Facebook X Pinterest Email Other Apps April 22, 2020 আপোনাৰ বোৱাৰীক আনৰ ছোৱালী বুলি ভাবি বন্দী কৰি নাৰাখিব নিজৰ ছোৱালীৰ দৰে আদৰ আৰু মৰম কৰক । এজনী ছোৱালী কাৰোবাৰ বোৱাৰী বা পত্নী হ'ল বুলিয়েই তেওঁলোকৰ সপোনসমূহ ভাঙি নেপেলাব । মুক্ত হৈ জীয়াই থাকিবলৈ দিয়ক । সৃষ্টিৰ মূল হৈয়ো সজাত বন্দী হৈ থাকিব লাগে । Kiran Kumar Gorh Get link Facebook X Pinterest Email Other Apps Comments
Kiran Kumar gorh July 15, 2025 তোমাৰ দুচকুৰ চাৱনিত হেজাৰ সপোন নাচি উঠে তোমাৰ অধৰৰ এটি হাঁহিত অযুত সুখ বিয়পি পৰে তোমাৰ এটি সহাঁৰিত মোৰ হৃদয়ত প্ৰেমৰ অগণন শিহৰণ জাগি উঠে মোৰ মনৰ প্ৰতিটো অনুভৱত এতিয়া কেৱল তুমি... Read more
October 06, 2019 এযোৰ নতুন কাপোৰে পুজাৰ পথাৰ শুৱনি কৰিব নোৱাৰে,এটা শুদ্ধ মনৰো দৰকাৰ ৷ যি সকলে টকাৰ বাবে এযোৰ নতুন কাপোৰ ক্ৰয় কৰাৰ বাবে বঞ্চিত সেইসকলে জনা উচিত এইটো যে নতুন কাপোৰ পিন্ধি ঘুৰি ফুৰা প্ৰায় ভাগেই মন্দিৰত যাই দুৰ্গা দেৱীৰ চৰণত সেৱা ল’বওঁঁ পাহৰি ৷ Read more
Comments
Post a Comment